প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চেনেলৰ বৈশ্বিক মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী লীনা নায়াৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
পোষ্ট কৰা হৈছে:
14 JUL 2023 10:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জুলাই, ২০২৩ তাৰিখে পেৰিছত ফ্ৰান্সৰ বিলাসী ফেশ্বন হাউছ চেনেলৰ বৈশ্বিক মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী লীনা নায়াৰৰ সৈতে সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে শ্ৰীমতী নায়ৰক তেওঁৰ সফলতাৰ বাবে অভিনন্দন জনায় আৰু চেনেলক ভাৰতত বিনিয়োগৰ সুযোগ আৰু সহযোগিতাৰ সম্ভাৱনীয়তা অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়।
ভাৰতত হস্তশিল্প, খাদী আৰু শিল্পীসকলৰ দক্ষতা বিকাশৰ প্ৰসাৰৰ উপায়ৰ ওপৰত আলোচনা কৰা হয়।
(ৰিলিজ আই ডি : 2190694)
অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam