প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নীতিগত উদ্দীপনা আৰু উদ্ভাৱনে ভাৰতৰ তীখাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ যাত্ৰাক সমৃদ্ধ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

प्रविष्टि तिथि: 30 JUN 2025 1:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নীতিগত উদ্দীপনা আৰু উদ্ভাৱনে ভাৰতৰ তীখাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ যাত্ৰাক সমৃদ্ধ কৰা সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী এইচ.ডি. কুমাৰস্বামীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“আন্তঃগাঁথনি আৰু প্ৰতিৰক্ষাৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিক ম’বিলিটি আৰু স্বচ্ছ শক্তিলৈকে তীখা হৈছে এখনি উত্থানশীল ভাৰতৰ মেৰুদণ্ড। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @hd_kumaraswamy-এ নীতিগত উদ্দীপনা আৰু উদ্ভাৱনে ভাৰতৰ তীখাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ যাত্ৰাক সমৃদ্ধ কৰা সন্দৰ্ভত আলোকপাত কৰিছে।”

****

MJPS/SR/SB


(रिलीज़ आईडी: 2140956) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam