প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফলাফলৰ তালিকাঃ জামাইকাৰ প্ৰধানমন্ত্ৰী মহামহিম ডঃ এণ্ড্ৰু হোলনেছৰ চৰকাৰী কাৰ্য্যসূচীৰে ভাৰত ভ্ৰমণ (৩০ ছেপ্টেম্বৰ-৩ অক্টোবৰ, ২০২৪)
प्रविष्टि तिथि:
01 OCT 2024 5:19PM by PIB Guwahati
|
ক্ৰমিক নং
|
বুজাবুজিৰ চুক্তি (MoU)
|
জামাইকান পক্ষৰ প্ৰতিনিধি
|
ভাৰতীয় পক্ষৰ প্ৰতিনিধি
|
|
১
|
ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ জৰিয়তে ভাৰত গণৰাজ্য চৰকাৰ আৰু জামাইকাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ জৰিয়তে জামাইকা চৰকাৰৰ মাজত বিত্তীয় অন্তৰ্ভুক্তি তথা সামাজিক আৰু অৰ্থনৈতিক ৰূপান্তৰক প্ৰোৎসাহনৰ লক্ষ্যৰে সফল ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ভাগ-বতৰাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে বুজাবুজিৰ চুক্তি।
|
শ্ৰীমতী দনা মৰিছ ডিক্সন, প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় দপ্তৰৰ মন্ত্ৰী
|
শ্ৰী পংকজ চৌধুৰী,
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
|
|
২
|
এনপিচিআই ইন্টাৰনেচনেল পেমেন্টছ লিমিটেড আৰু ইগ’ভ জামাইকা লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি।
|
শ্ৰীমতী দনা মৰিছ ডিক্সন, প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় দপ্তৰৰ মন্ত্ৰী
|
শ্ৰী পংকজ চৌধুৰী,
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
|
|
৩
|
ভাৰত গণৰাজ্য চৰকাৰ আৰু জামাইকা চৰকাৰৰ মাজত ২০২৪-২০২৯ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্য্যসূচী সন্দৰ্ভত বুজাবুজিৰ চুক্তি।
|
শ্ৰীমতী কামিনা জংচন স্মিথ,
বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য দপ্তৰৰ মন্ত্ৰী
|
শ্ৰী পংকজ চৌধুৰী,
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
|
|
৪
|
ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু জামাইকা চৰকাৰৰ সাংস্কৃতিক, মনোৰঞ্জন আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ মাজত ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তি।
|
শ্ৰীমতী কামিনা জংচন স্মিথ,
বৈদেশিক পৰিক্ৰমা আৰু বৈদেশিক বাণিজ্য দপ্তৰৰ মন্ত্ৰী
|
শ্ৰী পংকজ চৌধুৰী,
বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
|
***
MJPS/SR/SKS/SB
(रिलीज़ आईडी: 2060931)
आगंतुक पटल : 66
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam