প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পৰীক্ষা পে চৰ্চাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
27 JAN 2024 8:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে অনুষ্ঠিতব্য ‘পৰীক্ষা পে চৰ্চা’ত পৰীক্ষাৰ্থী বা পৰীক্ষা যোদ্ধাসকলৰ সমাৱেশৰ বাবে তেওঁ অধীৰ আগ্ৰহেৰে বাট চাই আছে।
তেওঁ পৰীক্ষাক অতি ভাল লগা আৰু মানসিক চাঁপমুক্ত কৰাৰ বাবে পূৰ্বৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ বিষয় আৰু ব্যৱহাৰিক টিপছসমূহো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে আজি এক্সত পোষ্ট কৰি লিখিছে:
পৰীক্ষাৰ মানসিক চাঁপক পৰাস্ত কৰাৰ বিভিন্ন উপায়ৰ ওপৰত সামূহিকভাৱে কৌশল ৰচনা কৰিবলৈ পৰীক্ষা যোদ্ধাসকলৰ আটাইতকৈ স্মৰণীয় সমাৱেশ ‘পৰীক্ষা পে চৰ্চা’লৈ মই অধীৰ আগ্ৰহেৰে বাট চাই আছো।”
পৰীক্ষাৰ কণ্টকময় ধাৰণাক সুযোগৰ নতুন দুৱাৰলৈ ৰূপান্তৰিত কৰোঁ আহক..."
***
DS/RT
(ৰিলিজ আই ডি : 2000274)
অতিথি কক্ষ : 115
ত এই ৰিলিজটো পঢ়ক:
Punjabi
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Manipuri
,
Bengali-TR
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam
,
Malayalam