প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ত্ৰিপুৰাৰ ৰাইজক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
21 JAN 2024 9:27AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"ত্ৰিপুৰাৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই দিৱসত ৰাজ্যখনৰ অনন্য ইতিহাস আৰু চহকী ঐতিহ্যৰ উদযাপন হওঁক। মই ত্ৰিপুৰাবাসীৰ সমৃদ্ধি আৰু সম্প্ৰীতি কামনা কৰিলোঁ।"
***
DS/RT/SB
(Release ID: 1998273)
(रिलीज़ आईडी: 1998991)
आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam