প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আজমেৰ শ্বৰীফ দৰগাহৰ খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰছলৈ পবিত্ৰ চাদৰ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 11 JAN 2024 4:53PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইছলাম সমাজৰ এটা প্ৰতিনিধি দলেৰে মিলিত হৈ আজমেৰ শ্বৰীফ দৰগাহৰ খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰছলৈ এখনি পবিত্ৰ চাদৰ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

“ইছলাম সমাজৰ এটা প্ৰতিনিধি দলক লগ কৰোঁ। ইয়াতে মই এখনি পবিত্ৰ চাদৰ আগবঢ়াঁও। এয়া খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰছ পৰ্বত আজমেৰ শ্বৰীফ দৰগাহত পৰা হ’ব।”

****

DS/TS/SB
 



(Release ID: 1995429) Visitor Counter : 54