প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মন কি বাত @১০০ কুইজত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান প্ৰধানমন্ত্ৰীৰ

Posted On: 11 APR 2023 2:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মন কি বাত @১০০ কুইজত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ

"#MannKiBaat কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আৰু মাত্ৰ কেইটামান দিনহে বাকী আছে... আপোনালোকে যদিহে এতিয়াও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাই তেতিয়াহলে অংশগ্ৰহণ কৰক আৰু যোৱা ৯৯ টা খণ্ডৰ চমৎকাৰ যাত্ৰাটোক পুনৰ জীৱন্ত কৰক য'ত অনুপ্ৰেৰণাদায়ক সামূহিক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

https://quiz.mygov.in/quiz/mann-ki-baat/

*************************

DS/ST/KG



(Release ID: 1915785) Visitor Counter : 86