প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১৫-১৮ বছৰ বয়সৰ ২ কোটি কিশোৰ-কিশোৰীক টিকাকৰণৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 08 JAN 2022 7:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে টিকাকৰণৰ গতি অব্যাহত ৰখাৰ লগতে উপযুক্ত ক’ভিড প্ৰট’কল মানি চলাৰ আহ্বান জনায়৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়,

“উৎকৃষ্ট! বহুত ভাল কাম হৈছো মোৰ তৰুণ বন্ধু-বান্ধৱীসকল৷

আহক আমি এই ধাৰা অব্যাহত ৰাখো৷

সকলোকে ক’ভিড-১৯ৰ সকলো প্ৰট’কল মানি চলাৰ লগতে যদিহে টিকা লোৱা নাই, সোনকালে টিকা গ্ৰহণ কৰিবলৈ আহ্বান জনালো৷”

 

***

DS/SH/DB


(रिलीज़ आईडी: 1788868) आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , Malayalam , Marathi , Telugu , Bengali , English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Odia