প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছিকিমৰ গেংটকত যুৱক-যুৱতীসকলৰ সৈতে প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 APR 2026 9:46AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিকিমৰ গেংটকত পুৱাৰ ভাগত যুৱক-যুৱতীসকলৰ সৈতে এখন প্ৰীতি ফুটবল খেলত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ

‘ছিকিমৰ গেংটকৰ এটা সুন্দৰ পুৱাত যুৱ বন্ধুসকলৰ সৈতে ফুটবল খেলাৰ আমেজৰ দৰে আন একো নাই!’

‘স্পষ্টভাৱে, এই যুৱক-যুৱতীসকলৰ সৈতে এই ফুটবল খেল অত্যন্ত আনন্দদায়ক!’

 


*****

MJPS/PRK/NB


(रिलीज़ आईडी: 2256142) आगंतुक पटल : 48
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Nepali , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam