প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ছোৱাত সহপাঠী আৰু অভিভাৱকৰ মাজত এটি সন্তুলিত বাতাবৰণ গঢ়াৰ আহ্বান জনোৱা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে
प्रविष्टि तिथि:
14 JAN 2026 1:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষাৰ সময়ছোৱাত সহপাঠী আৰু অভিভাৱকৰ মাজত এটি সন্তুলিত বাতাবৰণ গঢ়াৰ আহ্বান জনোৱা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰীয়ে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই পিএমঅ’ ইণ্ডিয়া হেণ্ডেলে কয়ঃ
“শিক্ষাত চাপৰ বিপৰীতে ধৈৰ্য্য ধৰো আহক!
নম্বৰ আৰু মূল্যায়ন গন্তব্যস্থান নহয়, পথ-প্ৰদৰ্শনহে কৰে। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী @jayantrld-এ সহপাঠী আৰু অভিভাৱকৰ মাজত এটি সন্তুলিত বাতাবৰণ গঢ়াৰ আহ্বান জনাই উক্ত প্ৰবন্ধ লিখিছে।
পৰীক্ষাৰ সময়ছোৱাত এটা অৱশ্য-পঠনীয় লেখা!”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2214677)
आगंतुक पटल : 5