প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতে শতবৰ্ষীয় কমনৱেলথ গেমছ ২০৩০ৰ নিবিদা লাভ কৰাৰ লগে লগে ৰাষ্ট্ৰক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
26 NOV 2025 7:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৩০ চনত শতবাৰ্ষিক কমনৱেলথ গেমছ আয়োজনৰ বাবে ভাৰতে সুযোগ লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই সাফল্যই ভাৰতৰ সামূহিক দায়বদ্ধতা আৰু ক্ৰীড়াৰ মনোভাৱক প্ৰতিফলিত কৰিছে , যিয়ে ভাৰতক বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত বিশেষ স্থান দিছে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
“শতবৰ্ষীয় কমনৱেলথ গেমছ ২০৩০ আয়োজনৰ বাবে ভাৰতে জয়ী হোৱাত আনন্দিত!
ভাৰতবাসী আৰু ক্ৰীড়া পৰিৱেশতন্ত্ৰলৈ অভিনন্দন। আমাৰ সামূহিক দায়বদ্ধতা আৰু ক্ৰীড়াৰ মনোভাৱেই ভাৰতক বিশ্ব ক্ৰীড়াৰ মানচিত্ৰত বিশেষ স্থান দিছে।
বসুধৈৱ কুটুম্বকমৰ নীতিৰ সৈতে আমি এই ঐতিহাসিক খেলসমূহ অতি উৎসাহেৰে উদযাপন কৰিবলৈ আগ্ৰহী।
আমি পৃথিৱীখনক আদৰিবলৈ আগ্ৰহী!
https://www.commonwealthsport.com/news/4408937/commonwealth-sport-confirms-amdavad-india-as-host-of-the-2030-centenary-games”
https://x.com/narendramodi/status/1993683773410721914?s=20
MJPS/SR/DM
(रिलीज़ आईडी: 2195115)
आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
Tamil
,
Telugu
,
Malayalam
,
Kannada
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Gujarati