প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সামগ্ৰিক স্বাস্থ্য আৰু বহনক্ষম প্ৰগতিৰ স্তম্ভ হিচাপে পৰম্পৰাগত ঔষধৰ অগ্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰকাশিত এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
24 NOV 2025 2:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱৰ এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে য'ত সামগ্ৰিক স্বাস্থ্য আৰু বহনক্ষম প্ৰগতিৰ স্তম্ভ হিচাপে পৰম্পৰাগত ঔষধৰ অগ্ৰগতিৰ ক্ষেত্ৰত ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰা হৈছে।
পিএমঅ' ইণ্ডিয়াৰ এক্স হেণ্ডেল পোষ্টত কয়ঃ
এই গুৰুত্বপূৰ্ণ প্ৰৱন্ধটোত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী @mpprataprao য়ে ভাৰতৰ পৰম্পৰাগত ঔষধৰ ঐতিহ্য উদযাপনৰ লগতে ভৱিষ্যতৰ দিশে আগবঢ়াই নিবলৈ প্ৰস্তুত কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে ব্যাখ্যা কৰিছে।
তেওঁ ভাৰতৰ গভীৰ বাৰ্তাত গুৰুত্ব আৰোপ কৰে যে স্বাস্থ্য সুস্থ হ’ব লাগে, ক্ষতি নহয়; প্ৰগতি বহনক্ষম হ’ব লাগে, ধ্বংস নহয়; আৰু বিজ্ঞানে সেৱা কৰিব লাগে, পৃথক কৰিব নালাগে।।"
***
MJPS/SR/DB
(रिलीज़ आईडी: 2193895)
आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam