প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২২ৰ পুৰুষৰ ডাবলছ ৰিকাৰ্ভ ইভেণ্টত পেৰা আৰ্চাৰ হৰবিন্দৰ সিং আৰু চাহিলৰ ব্ৰঞ্জৰ পদকক লৈ আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

Posted On: 25 OCT 2023 4:40PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ ডাবলছ ৰিকাৰ্ভ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পেৰা আৰ্চাৰ হৰবিন্দৰ সিং আৰু চাহিলক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘এছিয়ান পেৰা গেমছত পুৰুষৰ ডাবলছ ৰিকাৰ্ভ-অপেনত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে আমাৰ পেৰা আৰ্চাৰ হৰবিন্দৰ সিং আৰু চাহিলক অভিনন্দন জনাইছো। তেওঁলোকৰ অতুলনীয় প্ৰদৰ্শন আৰু কাঁড়চালনাৰ পটুতাই ভাৰতক গৌৰৱান্বিত কৰিছে। ভাৰতে তেওঁলোকৰ যথাযোগ্য কৃতিত্বক অতি উৎসাহেৰে উদযাপন কৰে।’

***

DS/TS/DD


(Release ID: 2184120) Visitor Counter : 5