প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ সংগীত শিল্পী ড° ভাৰত বলৱল্লী আৰু সাংবাদিক অভিজিত পাৱাৰৰ

प्रविष्टि तिथि: 14 OCT 2024 10:50PM by PIB Guwahati

নিপুণ গায়ক তথা সংগীত শিল্পী, সুৰকাৰ ড০ ভাৰত বলৱল্লী আৰু সকাল মিডিয়াৰ সাংবাদিক শ্ৰী অভিজিত পাৱাৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

ড০ ভাৰত বলৱল্লীৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখেঃ

“@Swaradhish আপোনাৰ লগতে @abhijitpawarapgক লগ পাই সুখী অনুভৱ কৰিছো। সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ আবেগৰ সৈতে সংগতি ৰাখি আপোনাৰ গ্ৰন্থখনিৰ প্ৰশংসা কৰিলোঁ। আপোনালোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা থাকিল।”

***

MJPS/SR/DB


(रिलीज़ आईडी: 2177988) आगंतुक पटल : 25
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam