প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ হুণ্ডাই মটৰ গ্ৰুপৰ শ্ৰীযুত ইউইছুন চুঙৰ
प्रविष्टि तिथि:
24 OCT 2024 8:53PM by PIB Guwahati
হুণ্ডাই মটৰ গ্ৰুপৰ কাৰ্যবাহী অধ্যক্ষ শ্ৰীযুত ইউইছুন চুঙে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে মহাৰাষ্ট্ৰ ভাৰতৰ অৰ্থনৈতিক শক্তি আৰু হুণ্ডাই গ্ৰুপৰ দৰে বৃহৎ বিনিয়োগে ৰাজ্যখনৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব।
হুণ্ডাই ইণ্ডিয়াৰ এক্স হেণ্ডেলৰ এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে লিখে-
“কেইদিনমান আগতে শ্ৰীযুত ইউইছুন চুঙক লগ পাই সুখী হ’লো। ভাৰত সঁচাকৈয়ে বিনিয়োগৰ বাবে আদৰ্শ স্থান।পুনেৰ উদ্যোগটোৰ প্ৰতি হুণ্ডাইৰ উৎসাহ দেখিও মই আনন্দিত হৈছো। মহাৰাষ্ট্ৰ ভাৰতৰ অৰ্থনৈতিক শক্তি কেন্দ্ৰ আৰু এনেধৰণৰ বৃহৎ বিনিয়োগে ৰাজ্যৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব।”
***
MJPS/SR/DB
(रिलीज़ आईडी: 2177987)
आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam