পোষ্ট কৰা হৈছে:
28 MAY 2025 1:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় যোগাযোগ তথা উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে উত্তৰ-পূব ভাৰত এতিয়া সীমান্তত নহয়, সৰ্বপ্ৰথমত।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে পোষ্ট কৰেঃ
"উত্তৰ-পূব ভাৰত এতিয়া সীমান্তত নহয়, ই আটাইতকৈ আগত আছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JM_Scindia-ই বাণিজ্য, সংযোগৰ বাবে কৌশলগত কেন্দ্ৰ হিচাপে অঞ্চলটোৰ উত্থান আৰু বিকশিত ভাৰতৰ বাবে ভাৰতৰ ৩০ ট্ৰিলিয়ন ডলাৰৰ দৃষ্টিভংগীৰ ওপৰত এক বিশদ প্ৰবন্ধ লিখিছে। ইয়াত এবাৰ চকু ফুৰাওক!"
***
MJPS/VJ/HS