প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী সুজন আৰ চিনয়ে পোলেণ্ড আৰু নৱাগৰৰ মাজৰ শক্তিশালী সংযোগৰ কথা লিখিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
22 AUG 2024 9:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বীকাৰ কৰিছে যে পোলেণ্ডে জাম চাহেব দিগ্বিজয়সিংজী ৰঞ্জিতসিংজী জাডেজাক অতিশয় শ্ৰদ্ধা কৰে। শ্ৰী মোদীয়ে হিন্দুস্তান টাইমছত শ্ৰী সুজন আৰ চিনয়ে লিখা লেখাটোৰ বিষয়ে কয় যিয়ে পোলেণ্ড আৰু নৱানগৰৰ মাজত শক্তিশালী সংযোগৰ বিষয়ে উপস্থাপন কৰিছে৷ শ্ৰী সুজান আৰ চিনয় এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰদূত।
প্ৰৱন্ধৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক এক্স পোষ্টত কয়;
“পোলেণ্ডে জাম চাহেব দিগ্বিজয়সিংজী ৰঞ্জিতসিংজী জাডেজাক অতিশয় শ্ৰদ্ধা কৰে৷ এই প্ৰৱন্ধটোত শ্ৰী @SujanChinoy-এ পোলেণ্ড আৰু নৱানগৰৰ মাজত শক্তিশালী সংযোগৰ বিষয়ে লিখিছে৷”
***
MJPS/ST/DB
(रिलीज़ आईडी: 2050964)
आगंतुक पटल : 43
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam