প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন ধন যোজনাৰ ৰূপান্তৰশীল ফলাফলত আলোকপাতেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লিংকডইনত এটা প’ষ্ট লিখিছে
Posted On:
28 AUG 2024 3:17PM by PIB Guwahati
জন ধন যোজনাৰ ১০ বছৰ পূৰ্তি উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম লিংকডইনত এটা প’ষ্ট লিখিছে।
'প্ৰধানমন্ত্ৰী জন ধন যোজনা-বিত্তীয় অন্তৰ্ভুক্তিৰ এটা দশক' শীৰ্ষক প’ষ্টটোত এই পদক্ষেপৰ ৰূপান্তৰশীল ফলাফলত আলোকপাত কৰা হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
"জন ধন যোজনা মৰ্য্যাদা, সবলীকৰণ আৰু সুযোগৰে সম্পৰ্কীয় পদক্ষেপ। আজি আমি #10YearsOfJanDhan উপলক্ষে, এই পদক্ষেপৰ ৰূপান্তৰশীল ফলাফলৰাজিত আলোকপাতেৰে @LinkedIn-ত লিখা এটা প’ষ্ট শ্বেয়াৰ কৰিছোঁ।"
***
MJPS/RT/SB
(Release ID: 2049614)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam