প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘খৰ্চি পূজা’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 14 JUL 2024 9:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘খৰ্চি পূজা’ উপলক্ষে সকলোলৈকে, বিশেষকৈ ত্ৰিপুৰাবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"খৰ্চি পূজা উপলক্ষে সকলোকে, বিশেষকৈ ত্ৰিপুৰাৰ জনসাধাৰণক শুভেচ্ছা জনাইছো! সকলোকে আনন্দ আৰু সুস্বাস্থ্য প্ৰদান কৰি ‘চতুৰ্দশ দেৱতা’ৰ দৈৱিক আশীৰ্বাদ সদায় আমাৰ ওপৰত বৰ্ষিত হওঁক। সকলোৰে জীৱন সমৃদ্ধি আৰু সম্প্ৰীতিৰে সমৃদ্ধ হওক।"

     

 

***

DS/KB


(रिलीज़ आईडी: 2033244) आगंतुक पटल : 108
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Bengali-TR , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam