প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীলৈ ইণ্ডোনেছিয়াৰ নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ ফোন, কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা দুয়োগৰাকী নেতাৰ
পোষ্ট কৰা হৈছে:
20 JUN 2024 1:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডোনেছিয়াৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ানোৰ পৰা ফোন লাভ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্ট লিখিছেঃ
"নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰবোৱ ছুবিয়ানটোৰ পৰা ফোন কল পাই আনন্দিত হৈছো। তেওঁৰ আগন্তুক ৰাষ্ট্ৰপতি পদৰ বাবে সফলতা কামনা কৰিলোঁ। আমি ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত আমাৰ সভ্যতামূলক সম্পৰ্কৰ ওপৰত ভিত্তি কৰি ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ।"
***
DS/RT/DB
(ৰিলিজ আই ডি : 2028817)
অতিথি কক্ষ : 82
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam