প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

একেলগে মিলি এখন বিকশিত আৰু আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণ কৰো আহক, শচীন তেণ্ডুলকাৰৰ কাশ্মীৰ ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে

Posted On: 28 FEB 2024 2:25PM by PIB Guwahati

শচীন তেণ্ডুলকাৰে তেওঁৰ কাশ্মীৰ ভ্ৰমণৰ বিৱৰণি প্ৰকাশ কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:

"এয়া দেখি ভাল লাগিছে!  @sachin_rt মনোমোহা জম্মু আৰু কাশ্মীৰ ভ্ৰমণৰ সময়ত আমাৰ যুৱক-যুৱতীসকলৰ বাবে দুটা গুৰুত্বপূৰ্ণ কৰণীয় আছে:

এক - #IncredibleIndia –ৰ বিভিন্ন অংশ আন্বেষণ কৰা।

দুই- 'মে’ক ইন ইণ্ডিয়া'ৰ গুৰুত্ব অনুধাৱন কৰা।

একেলগে  মিলি বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰোঁ আহক!"

 

***

DS/KB



(Release ID: 2009843) Visitor Counter : 44