প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শৰ্মিষ্ঠা মুখাৰ্জীৰ ‘প্ৰণৱ মাই ফাদাৰঃ এ ডটাৰ ৰিমেম্বাৰ্ছ’ শীৰ্ষক গ্ৰন্থৰ এটা কপি লাভ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 15 JAN 2024 6:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতিৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জীয়ে লিখা ‘প্ৰণৱ মাই ফাদাৰঃ এ ডটাৰ ৰিমেম্বাৰ্ছ’ শীৰ্ষক গ্ৰন্থৰ এটা কপি লাভ কৰে৷

টুইটাৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“শৰ্মিষ্ঠা জীক লগ পালে আনন্দ অনুভৱ কৰো আৰু প্ৰণৱ বাবুৰ সৈতে কৰা স্মৰণীয় বাৰ্তালাপবোৰ মনত পেলাও৷ তেওঁৰ মহানতা, জ্ঞান আৰু বৌদ্ধিক গভীৰতা আপোনাৰ গ্ৰন্থত স্পষ্টভাৱে পৰিস্ফুট হৈছে৷”

*****

DS/DB



(Release ID: 1996534) Visitor Counter : 60