প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আগন্তুক জিপিএআই সন্মিলনৰ সন্দৰ্ভত লিংকডইন পোষ্ট প্ৰধানমন্ত্ৰীৰ

Posted On: 08 DEC 2023 9:14AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স ছামিটৰ সন্দৰ্ভত এক লিংকডইন পোষ্ট কৰে৷

এই পোষ্টটো চাবলৈ 

https://www.linkedin.com/pulse/celebrating-ai-indian-talent-narendra-modi-erl5f

ক্লিক কৰক৷

প্ৰধানমন্ত্ৰীয়ে টুইটাৰৰ পোষ্টত কয়ঃ

"আমি এক গুৰুত্বপূৰ্ণ সময়ত বাস কৰিছো আৰু ইয়াক অধিক পৰিমাণে আকৰ্ষণীয় কৰি তোলাটোৱেই হৈছে কৃত্ৰিম বুদ্ধিমত্তা, যাৰ ইতিবাচক প্ৰভাৱ 
প্ৰযুক্তি 🖥,
উদ্ভাৱন 🧪,
স্বাস্থ্য 🩺,
শিক্ষা 📖,
কৃষি 🌾
অন্যান্য ক্ষেত্ৰত পৰিছে৷

https://www.linkedin.com/pulse/celebrating-ai-indian-talent-narendra-modi-erl5f

 ১২ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া গ্ল’বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইনটেলিজেন্স ছামিটৰ সন্দৰ্ভত এটা @LinkedIn পোষ্ট এটা লিখিলো৷ আপোনালোকেও অংশগ্ৰহণ কৰক!"

***

DS/DB



(Release ID: 1983933) Visitor Counter : 57