প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে এণ্ড্ৰি ৰাজোলিনাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 02 DEC 2023 7:29PM by PIB Guwahati

মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে এণ্ড্ৰি ৰাজোলিনাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জ্ঞাপন কৰে।

 

শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

 

"@SE_Rajoelina মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে আপোনাক আন্তৰিক অভিনন্দন। ভাৰত-মাদাগাস্কাৰৰ মাজৰ অংশীদাৰিত্ব আৰু ভিজন সাগৰক অধিক শক্তিশালী কৰাৰ বাবে আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আশাবাদী।"

************** 

DS/AK/KG



(Release ID: 1982222) Visitor Counter : 63