প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ জি-২০ অধ্যক্ষতা সম্পূৰ্ণ হোৱাক লৈ প্ৰধানমন্ত্ৰীৰ লেখা

Posted On: 30 NOV 2023 5:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতা সম্পূৰ্ণ হোৱা আৰু বসুধৈৱ কুটুম্বকম-এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ নীতিসমূহৰ শক্তিশালীকৰণৰ বিষয়ে যোৱা বছৰটোত বিভিন্ন ধৰণে তেওঁৰ চিন্তা-ভাৱনা লিখিছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

 

"ভাৰতে জি-২০ প্ৰেচিডেন্সি সম্পূৰ্ণ কৰাৰ লগে লগে, যোৱা বছৰটোত বসুধৈৱ কুটুম্বকম-এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ নীতিবোৰ কেনেদৰে বিভিন্ন ধৰণে শক্তিশালী কৰা হৈছিল সেই বিষয়ে কিছু চিন্তা-ভাৱনা লিখিছিলোঁ। ভাৰতে বহনক্ষম উন্নয়ন, মহিলাসকলক শক্তিশালী কৰা, বহুপক্ষবাদক শক্তিশালী কৰা আৰু আন বহু গুৰুত্বপূৰ্ণ বিষয়ত গুৰুত্ব আৰোপ কৰে। https://nm-4.com/Fy2eo6

***************

 

DS/TS/KG



(Release ID: 1981919) Visitor Counter : 41