প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছত বেডমিণ্টনৰ পুৰুষৰ ছিংগলছত ৰূপৰ পদক জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নীতেশ কুমাৰক অভিনন্দন জনাইছে

Posted On: 27 OCT 2023 7:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত অনুষ্ঠিত বেডমিণ্টন পুৰুষৰ একক এছ এল ৩ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নীতেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।

তেওঁ কুমাৰৰ দক্ষতা আৰু খেলৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ 

"বেডমিণ্টন পুৰুষৰ একক এছএল৩ ত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে নীতেশ কুমাৰক প্ৰশংসা!

তেওঁৰ দক্ষতা আৰু খেলৰ প্ৰতি থকা প্ৰতিশ্ৰুতি প্ৰতিটো ষ্ট্ৰোকত স্পষ্ট।

আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা।"

**************

 

DS/RT/KG



(Release ID: 1972472) Visitor Counter : 70