পোষ্ট কৰা হৈছে:
25 OCT 2023 6:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত মহিলাৰ পেৰা ভাৰোত্তোলনৰ ৬১ কেজি ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে ৰাজ কুমাৰীক অভিনন্দন জ্ঞাপন কৰিছে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“মহিলাৰ পেৰা ভাৰোত্তোলনৰ ৬১ কেজি ইভেণ্টত চমকপ্ৰদ প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক অৰ্জন ৰাজ কুমাৰীৰ৷ ভাৰত অতিশয় আনন্দিত৷ তেওঁৰ সফলতাই বহুতো উদীয়মান খেলুৱৈক প্ৰেৰণা যোগাব৷”
*****
DS/TS/DB