প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছ ২০২২ ত পুৰুষৰ হাই জাম্প টি৬৪ ইভেণ্টত উন্নী ৰেণুৰ ব্ৰঞ্জ পদক বিজয়ত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে

Posted On: 23 OCT 2023 6:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি-৬৪ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে উন্নী ৰেণুক অভিনন্দন জ্ঞাপন কৰে। 

 

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

"পুৰুষৰ হাই জাম্প টি-৬৪ প্ৰতিযোগিতাত ব্ৰঞ্জ পদক জয়ৰ বাবে উন্নী ৰেণুক অভিনন্দন জনাইছোঁ। তেওঁৰ অধ্যৱসায় আৰু ব্যতিক্ৰমী প্ৰদৰ্শনে আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।"

*************************

DS/TS/KG/BM



(Release ID: 1970584) Visitor Counter : 74