প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মহিলা সাংসদসকলে গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আমাৰ গণতন্ত্ৰক অধিক সজীৱ কৰি তুলিছে: প্ৰধানমন্ত্ৰী

Posted On: 11 OCT 2023 8:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সংসদ সদস্যসকলৰ অৱদানৰ বাবে গণতন্ত্ৰৰ সমৃদ্ধি স্বীকাৰ কৰি নাৰী শক্তি বন্দন অধিনিয়মে জনতাৰ কণ্ঠ আৰু অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত তেওঁ ‘এক্স’ত এটা লেখা শ্বেয়াৰ কৰি লিখিছে - 

“@ShamikaRavi ৰ এটা মনোগ্ৰাহী লেখা, য’ত মহিলা সাংসদসকলে আমাৰ গণতন্ত্ৰক কেনেকৈ অধিক সজীৱ কৰি তুলিছে আৰু স্বাস্থ্যসেৱা, শিক্ষা, আন্তঃগাঁথনি আৰু অধিক গুৰুত্বপূৰ্ণ খণ্ডৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে সেই বিষয়ে আলোকপাত কৰা হৈছে। এইটো এটা অতি উৎসাহজনক ধাৰা যিয়ে নাৰী শক্তি বন্দন অধিনিয়মে কেনেকৈ জনসাধাৰণৰ কণ্ঠ অধিক শক্তিশালী কৰিব।”

https://indianexpress.com/article/columns/women-mps-contribution-has-increased-in-parliament-data-proves-it-8977046/ "

 

***

DS/ST



(Release ID: 1967681) Visitor Counter : 65