প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

স্কোৱাছৰ পুৰুষৰ ছিংগলছত ৰূপৰ পদক জয়ৰ বাবে সৌৰভ ঘোষালক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 05 OCT 2023 9:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত স্কোৱাছৰ পুৰুষৰ ছিংগলছ শাখাত ৰূপৰ পদক জয়ৰ বাবে সৌৰভ ঘোষালক প্ৰশংসা কৰিছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“স্কোৱাছৰ পুৰুষৰ ছিংগলছ শাখাত ৰূপৰ পদক জয়ৰ বাবে আমাৰ চেম্পিয়ন খেলুৱৈ @SauravGhosalক ছেল্যুট জনাইছো। খেলখনত তেওঁৰ দক্ষতা আৰু দৃঢ়তাৰ সুন্দৰ প্ৰদৰ্শনে এই কাম সম্ভৱ কৰি তুলিলে। এই সফলতা তেওঁৰ অটল দায়বদ্ধতা আৰু নিয়মানুৱৰ্তিতাৰ প্ৰমাণ।"  

 

Hats off to our champion player @SauravGhosal for winning the Silver Medal in the Squash Men's Singles event. His fantastic display of skill and determination in the game made this possible. This podium finish is a testament to his unwavering commitment and discipline. pic.twitter.com/Hh5q4uoFPB

— Narendra Modi (@narendramodi) October 5, 2023

 

*****

DS/DB/BM



(Release ID: 1964939) Visitor Counter : 89