প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত ভাৰতৰ বাবে প্ৰথমটো স্বৰ্ণ পদক অৰ্জন কৰা শ্বুটাৰসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
Posted On:
25 SEP 2023 2:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ, ২০২২ত ১০মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণ পদক অৰ্জন কৰা পুৰুষ দলক অভিনন্দন জনায়৷
প্ৰধানমন্ত্ৰীয়ে কয়,
“১০মিটাৰ এয়াৰ ৰাইফলত পুৰুষ দলৰ আমাৰ দু্ৰ্দান্ত শ্বুটাৰ ৰুদ্ৰাক্ষ পাটিল, দিব্যাংশ পানৱাৰ আৰু ঐশ্বৰ্য প্ৰতাপ তোমাৰে বিশ্ব অভিলেখ ভংগ কৰি স্বৰ্ণ পদক অৰ্জন কৰাটো সঁচাকৈয়ে বিস্ময়কৰ আৰু প্ৰেৰণাদায়ক৷”
প্ৰধানমন্ত্ৰী মোদীয়ে চেম্পিয়নসকলক তেওঁলোকৰ দক্ষতা আৰু দৃঢ়তাৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে ছেল্যুট জনায় আৰু তেওঁলোকে নতুন উচ্চতাত উপনীত হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰে৷
𝓢𝓱𝓸𝓸𝓽𝓲𝓷𝓰 𝓽𝓱𝓮𝓲𝓻 𝔀𝓪𝔂 𝓽𝓸 𝓽𝓱𝓮 𝓽𝓸𝓹! 🥇🇮🇳- 𝟏𝐬𝐭 𝐆𝐨𝐥𝐝 𝐟𝐨𝐫 𝐈𝐧𝐝𝐢𝐚⚡🤩@RudrankkshP, @DivyanshSinghP7, and Aishwary Pratap Tomar have hit the bullseye and secured the 1️⃣st Gold for India in the 10m Air Rifle Men's Team event at the #AsianGames2022.… pic.twitter.com/wQbtEYX2CQ
— SAI Media (@Media_SAI) September 25, 2023
******
DS/SK/DB
(Release ID: 1961637)
Visitor Counter : 117
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam