প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছ ২০২২ত প্ৰথম পদক লাভ কৰাৰ বাবে লাইটৱেট পুৰুষৰ ডাবল স্কালছ দলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 24 SEP 2023 10:02PM by PIB Guwahati

এছিয়ান গেমছ ২০২২ত ভাৰতৰ বাবে প্ৰথমটো পদক, ৰূপৰ পদক লাভ কৰা বাবে প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাইটৱেট পুৰুষৰ ডাবল স্কালছ টিমক প্ৰশংসা কৰিছে।

অতুল্য যুটি অৰ্জুন লাল জাট আৰু অৰবিন্দ সিঙক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশৰ আত্মা আৰু শক্তিক প্ৰতিনিধিত্ব কৰি গৌৰৱৰ দিশে নিৰন্তৰ আগবাঢ়ি যোৱাৰ কামনা কৰে!!

**********


(रिलीज़ आईडी: 1960244) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Malayalam