প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিভিন্ন গোলকীয় প্ৰত্যাহ্বানৰ বাবে এক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান স্বীকৃতিক স্বীকাৰ প্ৰধানমন্ত্ৰীৰ

Posted On: 28 JUL 2023 4:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় বৈদ্যুতিন আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত ৰাজীৱ চন্দ্ৰশেখৰৰ প্ৰবন্ধৰ জৰিয়তে ভাৰতৰ বিভিন্ন গোলকীয় প্ৰত্যাহ্বানৰ বিশ্বাসযোগ্য অংশীদাৰ হিচাপে ক্ৰমবৰ্ধমান স্বীকৃতি স্বীকাৰ কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে কয়;

“ভাৰতক এতিয়া বহনক্ষমতা আৰু সুৰক্ষাৰ পৰা আৰম্ভ কৰি ভেকচিন, ইলেক্ট্ৰনিকছ আৰু অৰ্ধপৰিবাহীলৈকে বিভিন্ন গোলকীয় প্ৰত্যাহ্বানৰ বাবে এক বিশ্বাসযোগ্য অংশীদাৰ হিচাপে স্বীকৃতি দিয়া হৈছে,” কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে লিখিছে।

 

"India is now being recognised as a trusted partner for various global challenges, ranging from sustainability and security to vaccines, electronics, and semiconductors," writes Union Minister of State @Rajeev_GoI.
https://t.co/G5hxaPCS7N

— PMO India (@PMOIndia) July 28, 2023

 

***



(Release ID: 1944942) Visitor Counter : 74