প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নমো এপত প্ৰকাশিত গৰীৱ কল্যানৰ ৯ বছৰৰ আলোকপাত কৰা বিস্তৃত তথ্য শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 JUN 2023 10:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নমো এপত প্ৰকাশিত গৰীৱ কল্যানৰ ৯ বছৰৰ আলোকপাত কৰা বিস্তৃত তথ্য শ্বেয়াৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“দুখীয়া লোকসকলৰ হকে কাম কৰিবলৈ কটোৱা প্ৰতিটো মুহূৰ্ত এক সন্মান আৰু এক বিশেষাধিকাৰ দুয়োটা৷ সহানুভূতি আৰু সংকল্পৰ দ্বাৰা উদ্দীপ্ত আমাৰ যাত্ৰা অব্যাহত আছে৷ নমো এপত #9YearsOfGaribKalyanক আলোকপাত কৰা এক বিস্তৃত তথ্য আছে৷ এবাৰ চাওক৷”

*****


(रिलीज़ आईडी: 1930156) आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam