প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সীমান্তৰ গাঁও হেম্যাত নলযোগে পানী পোৱাক লৈ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 12 MAY 2023 8:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে সীমান্তৰ গাঁও হেম্যাত নলযোগে পানী পোৱাক লৈ আদৰণি জনায়৷

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;

“এই খবৰে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰিব৷ সীমান্তৱৰ্তী অঞ্চলসমূহৰ উন্নয়নৰ দিশত আমাৰ প্ৰচেষ্টাই বৃহৎ গতি লাভ কৰা দেখিবলৈ পাই আনন্দদায়ক। দশক দশক ধৰি আমাৰ সীমান্ত অঞ্চলসমূহক অৱহেলা কৰা হৈছিল যদিও এতিয়া তেওঁলোকৰ উন্নয়নৰ প্ৰয়োজনীয়তাই শীৰ্ষ অগ্ৰাধিকাৰ লাভ কৰিছে।”

***


(ৰিলিজ আই ডি : 1923904) অতিথি কক্ষ : 148