প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় আৰ্কাইভৰ ১ কোটিতকৈও অধিক ঐতিহাসিক ৰেকৰ্ডৰ পৃষ্ঠা সন্নিৱিষ্ট “অভিলেখ পাতাল” নামৰ এটা পৰ্টেলৰ প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
20 APR 2023 9:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় আৰ্কাইভৰ এক কোটিৰো অধিক পৃষ্ঠাৰ ঐতিহাসিক নথি-পত্ৰ থকা “অভিলেখ পাটাল” শীৰ্ষক পৰ্টেলটোৰ শলাগ লৈছে।
ৰাষ্ট্ৰীয় আৰ্কাইভৰ এটা টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় যে, “ইতিহাস আৰু সংস্কৃতি ভালপোৱাসকলৰ বাবে এইটো নিশ্চয় অতি আগ্ৰহৰ বিষয়।”
***
(ৰিলিজ আই ডি : 1918662)
অতিথি কক্ষ : 186
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam