প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উদ্ভাৱকসকলক ‘ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা ২০২৩’ৰ বাবে আৱেদন জনোৱাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 08 APR 2023 11:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ভাৱকসকলক ‘ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা ২০২৩’ৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"ষ্টাৰ্টআপসমূহ কেৱল তেওঁলোকৰ অভিনৱ উদ্ভাৱনৰ বাবেই নহয়, বৰঞ্চ সেইসমূহ প্ৰতিষ্ঠা কৰা সকলৰ প্ৰেৰণাদায়ক জীৱন যাত্ৰাৰ বাবেও আকৰ্ষণীয়। আমাৰ ‘ষ্টাৰ্টআপ’ শব্দই আমাৰ যুৱ শক্তিৰ আবেগ-অনুভূতিকে প্ৰকাশ কৰে।

উদ্ভাৱকসকলক ‘ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ বঁটা ২০২৩’ ৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছো। startupindia.gov.in"

***

DS/KB


(रिलीज़ आईडी: 1915108) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Tamil , Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Telugu , Kannada