প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ২০০১ৰ ভয়াৱহ ভূমিকম্পৰ পৰা কচ্ছৰ ৰূপান্তৰৰ বিষয়ে এটা টুইট থ্ৰেড শ্বেয়াৰ কৰে

Posted On: 05 APR 2023 10:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০০১ত হোৱা ভূমিকম্পৰ ভয়াৱহতাৰ পিছৰ পৰা কচ্ছৰ পৰ্যটনৰ এটা মহান গন্তব্য হিচাপে পৰিৱৰ্তন আৰু বিকাশৰ বিষয়ে কচ্ছৰ সাংসদ শ্ৰী বিনোদ চাৱড়াৰ এটা টুইট শ্বেয়াৰ কৰে।

সাংসদৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়;

"কচ্ছৰ ওপৰত এটা ভাললগা টুইট। ২০০১ত যেতিয়া ঘাতক ভূমিকম্প আহে, তেতিয়া মানুহে কচ্ছৰ ধ্বংসৰ বিষয়ে লিখিছিল, কিন্তু এই জিলাখনৰ জনসাধাৰণৰ বিষয়ে কিছু উলেখনীয় আছে। তেওঁলোক আকৌ উঠিল আৰু জিলাখনক নতুন উচ্চতালৈ লৈ গ'ল। আজি কচ্ছ পৰ্যটনৰ বাবে এক মহান গন্তব্য।"

**********

DS/ST



(Release ID: 1914067) Visitor Counter : 77