প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এনএক্সপি ছেমিকণ্ডাক্টৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়াই সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

प्रविष्टि तिथि: 30 MAR 2023 10:16AM by PIB Guwahati

এনএক্সপি ছেমিকণ্ডাক্টৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী যুৰ্ট চিভাৰ্ছে আজি সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক।

এনএক্সপিয়ে আজি কৰা এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি লিখিছে:

"@NXP ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত কুৰ্ট চিভাৰ্ছক লগ পাই আৰু অৰ্ধপৰিবাহী আৰু উদ্ভাৱনৰ পৃথিৱীত পৰিৱৰ্তনশীল দৃশ্যপটৰ বিষয়ে আলোচনা কৰি আনন্দিত হৈছো। আমাৰ প্ৰতিভাশালী যুৱপ্ৰজন্মৰ বলতে ভাৰতে এই খণ্ডসমূহত এক শক্তিশালী কাৰক হিচাপে থিয় হ’বলৈ সক্ষম হৈছে।"

*****

DS/TS


(रिलीज़ आईडी: 1912205) आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Kannada , English , Gujarati , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Odia , Tamil , Telugu , Malayalam