প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তালিত প্ৰথমবাৰলৈ পথ সংযোগ

৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াংতে-তালি পথৰ সম্পূৰ্ণতা প্ৰত্যক্ষ কৰি আনন্দিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 02 MAR 2023 9:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ ক্ৰা দাদি জিলাৰ ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াংতে-তালি পথৰ সম্পূৰ্ণতাত সন্তোষ প্ৰকাশ কৰিছে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে ৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইয়াংতে-তালি পথৰ সম্পূৰ্ণতা সন্দৰ্ভত কৰা টুইটৰ থ্ৰেডসমূহলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“এয়া প্ৰত্যক্ষ কৰি আনন্দিত হৈছো।”

******

DS/ST/SB


(रिलीज़ आईडी: 1903823) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam