প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডিব্ৰুগড়ত গংগা বিলাস ক্ৰুজ প্ৰথম যাত্ৰাৰ সমাপ্তিক লৈ আনন্দিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 01 MAR 2023 10:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত গংগা বিলাস ক্ৰুজ প্ৰথম যাত্ৰাৰ সমাপ্তিক লৈ আনন্দ প্ৰকাশ কৰে৷

বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেবিনেট মন্ত্ৰীৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“এক বিশেষ যাত্ৰাৰ সমাপ্তি! মই আশা কৰিছো ভাৰত আৰু বিদেশৰ অধিক পৰ্যটকে গংগা বিলাস ক্ৰজৰ যাত্ৰাত অংশগ্ৰহণ কৰিব৷”

***

DS/SH/DB


(रिलीज़ आईडी: 1903252) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam