প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী সপ্তকোটেশ্বৰ দেৱস্থানৰ নবীকৰণক লৈ সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 11 FEB 2023 9:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ শ্ৰী সপ্তকোটেশ্বৰ দেৱস্থান, নাৰ্ভে, বিচোলিমৰ নবীকৰণক লৈ সন্তোষ প্ৰকাশ কৰিছে।

গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্তৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

"নবীকৰণ কৰা শ্ৰী সপ্তকোটেশ্বৰ দেৱস্থান, নাৰ্ভে, বিচোলিমে আমাৰ যুৱক-যুৱতীসকলৰ আমাৰ আধ্যাত্মিক পৰম্পৰাৰ সৈতে সংযোগ গভীৰ কৰিব। ই লগতে গোৱাৰ পৰ্যটনকো অধিক উদ্দীপনা যোগাব।"

***

DS/AK/SB


(ৰিলিজ আই ডি : 1900116) অতিথি কক্ষ : 187