প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

যোৱা ৮ বছৰত উত্তৰ-পূৰ্বাঞ্চলত অতুলনীয় ৰূপান্তৰ প্ৰত্যক্ষ হৈছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 12 FEB 2023 1:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত সাধিত অতুলনীয় ৰূপান্তৰে ইয়াৰ জনসাধাৰণক ব্যাপকভাৱে লাভান্বিত কৰিছে।

এজন নাগৰিকৰ এটা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“যোৱা ৮ বছৰত উত্তৰ-পূৰ্বাঞ্চলত প্ৰত্যক্ষ হোৱা অতুলনীয় ৰূপান্তৰে ইয়াৰ জনসাধাৰণক ব্যাপকভাৱে লাভান্বিত কৰিছে। ইয়াৰ সকলো খণ্ডতে অলেখ উন্নতি দেখা গৈছে।”

*****

 


(रिलीज़ आईडी: 1898549) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , हिन्दी , Kannada , English , Urdu , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam