প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানাবাসীক পাৰ্লি বৈজনাথ-বিকাৰাবাদ বৈদ্যুতিকৰণ প্ৰকল্পৰ বাবে অভিনন্দন জনাইছে

Posted On: 03 FEB 2023 9:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানাবাসীক পাৰ্লি বৈজনাথ-বিকাৰাবাদ বৈদ্যুতিকৰণ প্ৰকল্পৰ বাবে অভিনন্দন জ্ঞাপন কৰে, কিয়নো ২৬৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমগ্ৰ পথটো এতিয়া বৈদ্যুতিকৰণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"এই অভিযানলৈ অজস্ৰ শুভেচ্ছা থাকিল আৰু কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু তেলেংগানাৰ লোকসকলক অভিনন্দন জনাইছো, যিসকলে এই বিশেষ প্ৰসাৰৰ পৰা লাভান্বিত হ'ব।"

***

DS/MS



(Release ID: 1897255) Visitor Counter : 79