প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দুগ্ধ খণ্ডত হোৱা অগ্ৰগতিৰ প্ৰশংসা প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 28 NOV 2022 1:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুগ্ধ খণ্ডৰ অগ্ৰগতিৰ প্ৰশংসা কৰে, য’ত মাত্ৰ ৮ বছৰত পূৰ্বৰ ৬৩ বছৰত ১২১ মেট্ৰিক টনৰ তুলনাত গাখীৰ উৎপাদন ৮৩ মেট্ৰিক টন বৃদ্ধি পাইছে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পৰশ্বোত্তম ৰূপালাৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“এইটো বিশেষভাৱে আনন্দদায়ক কথা। এটা সজীৱ দুগ্ধ খণ্ডও আমাৰ নাৰী শক্তিক আৰু অধিক শক্তিশালী কৰাৰ এক উত্তম উপায়। আগন্তুক সময়ত দুগ্ধ খণ্ড আৰু অধিক বিকশিত হওক।”

***

DS/DB


(ৰিলিজ আই ডি : 1880894) অতিথি কক্ষ : 106