প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বাথুকাম্মা উপলক্ষে দেশবাসীক, বিশেষকৈ তেলেংগানাৰ নাৰী শক্তিক শুভেচ্ছা জনাইছে

পোষ্ট কৰা হৈছে: 25 SEP 2022 6:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৱিত্ৰ বাথুকাম্মা উপলক্ষে দেশবাসীক বিশেষকৈ তেলেংগানাৰ নাৰী শক্তিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"পৱিত্ৰ বাথুকাম্মা উপলক্ষে দেশবাসীক, বিশেষকৈ তেলেংগানাৰ নাৰী শক্তিক শুভেচ্ছা জনাইছোঁ। এই উৎসৱে প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰক আৰু ফুলৰ প্ৰতি আমাৰ আগ্ৰহ বৃদ্ধি কৰক।"

 

***

DS/SH/KG


(ৰিলিজ আই ডি : 1862219) অতিথি কক্ষ : 146