প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যোগ দিৱস উদযাপন আৰু যোগক দৈনন্দিন জীৱনৰ অংশ কৰি ল’বলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰীৰ
‘আমাৰ দৈনন্দিন জীৱনত যোগ’ শীৰ্ষক এখনি চলচ্চিত্ৰ শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
12 JUN 2022 5:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে যোগ দিৱস উদযাপন আৰু যোগক দৈনন্দিন জীৱনৰ অংশ কৰি ল’বলৈ আহ্বান জনাইছে। শ্ৰী মোদীয়ে ‘আমাৰ দৈনন্দিন জীৱনত যোগ’ শীৰ্ষক এখনি চলচ্চিত্ৰও শ্বেয়াৰ কৰিছে।
এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
আগন্তুক দিনসমূহত বিশ্বখনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিব। মই আপোনালোক আটাইকে যোগ দিৱস উদযাপন আৰু যোগক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ কৰি ল’বলৈ আহ্বান জনাইছো। ইয়াৰ লাভালাভ অসীম...
********
DS/SB
(ৰিলিজ আই ডি : 1834385)
অতিথি কক্ষ : 144
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam