প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উজ্জ্বলা ৰাজ সাহায্য সন্দৰ্ভত আজিৰ সিদ্ধান্তই পাৰিবাৰিক বাজেটৰ ওপৰত হেঁচা বহুখিনি কমাব: প্রধানমন্ত্রী

प्रविष्टि तिथि: 21 MAY 2022 8:16PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কৈছে যে উজ্জ্বলা ৰাজ সাহায্য আৰু পেট্রোল তথা ডিজেলৰ দাম কমোৱা বিষয়ত আজিৰ সিদ্ধান্তই বিভিন্ন ক্ষেত্রৰ ওপৰত ইতিবাচক প্রভাৱ পেলাব, আমাৰ নাগৰিকসকলে সকাহ পাব আৰু জীৱন যাপনৰ স্বাচ্ছন্দ্য অধিক বাঢ়িব।

বিত্ত মন্ত্রীৰ ট্যুইট উদ্ধৃত কৰি, এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কয় :

“মানুহেই আমাৰ বাবে সকলো সময়তে সবাতোকৈ আগত!

পেট্রোল আৰু ডিজিলৰ দাম উল্লেখযোগ্যভাৱে কমাত বিভিন্ন ক্ষেত্রৰ ওপৰত ইতিবাচক প্রভাৱ পৰিব, আমাৰ নাগৰিকসকলে সকাহ পাব আৰু জীৱন যাপনৰ স্বাচ্ছন্দ্য অধিক বাঢ়িব।”

 

***

 

DS/AK


(रिलीज़ आईडी: 1827499) आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam