প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘পিএম গৰীব কল্যাণ অন্ন যোজনা’ সম্পৰ্কীয় ‘সব্কা বিকাশ মহা কুইজ’ প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

পোষ্ট কৰা হৈছে: 14 APR 2022 9:07PM by PIB Guwahati

‘পিএম গৰীব কল্যাণ অন্ন যোজনা’ সম্পৰ্কীয় ‘সব্কা বিকাশ মহা কুইজ’ প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে জনসাধাৰণলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে সু-শাসন সম্পৰ্কীয় এলানি পদক্ষেপক সামৰি লোৱা ই এক মজাৰ কুইজ প্ৰতিযোগিতা।

ভাৰত চৰকাৰৰ এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“সু-শাসন সম্পৰ্কীয় এলানি পদক্ষেপক সামৰি ল’ব লগা ই এক মজাৰ কুইজ প্ৰতিযোগিতা।

#সব্কা বিকাশ মহা কুইজ প্ৰতিযোগিতাত যোগদান কৰক আৰু সমাবেশী উন্নয়ণৰ দিশত আগবঢ়োৱা আমাৰ সামূহিক অন্বেষণক সামৰ্থ্য প্ৰদান কৰক”।

 

***

DS/ST/KB


(ৰিলিজ আই ডি : 1817392) অতিথি কক্ষ : 175