প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ষ্টেণ্ড আপ ইণ্ডিয়াৰ ৬ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত ভাৰতৰ উদ্যোগী শক্তিৰ গুৰুত্বৰ ওপৰত প্ৰাধান্য প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 05 APR 2022 2:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেণ্ড আপ ইণ্ডিয়াৰ উদ্যোগক ভাৰতৰ উদ্যোগী শক্তিক সৃষ্টিশীল ৰূপ দিয়াৰ প্ৰচেষ্টাৰ অংশ হিচাপে অভিহিত কৰিছে।

আজি ভাৰতৰ ষ্টেণ্ড আপ ইণ্ডিয়া প্ৰচেষ্টাৰ ৬ বছৰ সম্পূৰ্ণ হৈছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়:

"ভাৰত উদ্যোগী শক্তিৰে পৰিপূৰ্ণ আৰু ষ্টেণ্ড আপ ইণ্ডিয়া শীৰ্ষক প্ৰচেষ্টা হৈছে অধিক প্ৰগতি আৰু সমৃদ্ধিৰ দিশ প্ৰদান কৰিবৰ বাবে এনে মনোভাৱক সৃষ্টিশীল ৰূপ দিয়া প্ৰচেষ্টাৰ এক অংশ।"

 

***

DS/RD


(रिलीज़ आईडी: 1814027) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam